ৰঙিয়াত অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলমান পৰিষদে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে তিনিদিনীয়াকৈ ৰূপায়িত হব লগা ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণৰ বাবে আহ্বান জনায় ।সংগঠন দুটাৰ ৰঙিয়া সমিতিৰ নেতৃবৃন্দই বিগত সময়চোৱাত অসমীয়া খিলঞ্জীয়া মুচলমান সম্প্ৰদায়ৰ লোকসকলে বিভিন্ন চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ অহা হেতুকে প্ৰকৃত স্বাধীনতা লাভ নকৰা বুলি উল্লেখ কৰে ।শেহতীয়াকৈ চৰকাৰে উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাবে সঞ্চালকালয়ৰ ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে নেতৃবৃন্দ ।যাৰ ফলশ্ৰুতিত অসমীয়া খিলঞ্জীয়া মুচলমান সকলে প্ৰকৃত স্বাধীনতা লাভ কৰা বুলি অভিহিত কৰি ৰাজ্যবাসীলৈ চৰকাৰৰ নিৰ্দেশনা অনুসৰি ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ বাবে সজোৰে আহ্বান জনায় নেতৃবৃন্দই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ SP રીંગ રોડ ઉપર આવેલા રામોલ અદાણી સર્કલ પાસે LPG ટેન્કર પલ્ટી જતાં મોટી દુર્ઘટના ટળી.
અમદાવાદ SP રીંગ રોડ ઉપર આવેલા રામોલ અદાણી સર્કલ પાસે LPG ટેન્કર પલ્ટી જતાં મોટી દુર્ઘટના ટળી.
ભાભરમાં જુગાર રમતાં 12 શખ્સોને પોલીસે ઝડપ્યા
ભાભર પીએસઆઇ એચ.પી.દેસાઈ તથા પોલીસ સ્ટાફના માણસો ભાભર ટાઉન વિસ્તારમાં શુક્રવારે ટ્રોલિંગમાં હતા....
इस दावे से रविंद्र सिंह भाटी के समर्थकों के होश उड़ने वाले है.सारी उम्मीदें रह जाएंगी धरी की धरी !
लोकसभा चुनाव के नतीजे 4 जून को घोषित होंगे. लेकिन मतदान के चरण बीतने के साथ ही कयास लगने शुरू हो...
श्री.साईबाबा संस्थान व्यवस्थापन समितीची बैठक शिर्डी येथे संस्थानचे आशुतोष काळे यांच्या अध्यक्षतेखाली पार पडली.
यावेळी गरजू रुग्णांना १ कोटी ९५ लक्ष रुपये वैद्यकीय मदत देणे, पॅरामेडिकल स्टाफची पगारवाढ करणे आणि...