ৰঙিয়াত অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলমান পৰিষদে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে তিনিদিনীয়াকৈ ৰূপায়িত হব লগা ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণৰ বাবে আহ্বান জনায় ।সংগঠন দুটাৰ ৰঙিয়া সমিতিৰ নেতৃবৃন্দই বিগত সময়চোৱাত অসমীয়া খিলঞ্জীয়া মুচলমান সম্প্ৰদায়ৰ লোকসকলে বিভিন্ন চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ অহা হেতুকে প্ৰকৃত স্বাধীনতা লাভ নকৰা বুলি উল্লেখ কৰে ।শেহতীয়াকৈ চৰকাৰে উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাবে সঞ্চালকালয়ৰ ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে নেতৃবৃন্দ ।যাৰ ফলশ্ৰুতিত অসমীয়া খিলঞ্জীয়া মুচলমান সকলে প্ৰকৃত স্বাধীনতা লাভ কৰা বুলি অভিহিত কৰি ৰাজ্যবাসীলৈ চৰকাৰৰ নিৰ্দেশনা অনুসৰি ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ বাবে সজোৰে আহ্বান জনায় নেতৃবৃন্দই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসম সৌৰ শক্তি নীতি-২০১৭’ৰ অংশ হিচাপে ২৫ মেগাৱাট শক্তি সম্পন্ন ৰাজ্যৰ প্ৰথমটো সৌৰশক্তি প্ৰকল্প
#BuildOwnOperate চমুকৈ BOOৰ আৰ্হিৰ অধীনত আৰু ‘অসম সৌৰ শক্তি নীতি-২০১৭’ৰ অংশ হিচাপে ২৫...
મોરબી જિલ્લામાં કોણ છે દાવેદારો ને કોણ બનશે ઉમેદવાર
મોરબી જિલ્લામાં કોણ છે દાવેદારો ને કોણ બનશે ઉમેદવાર
ঢকুৱাখনাৰ মৰনৈ চাপৰিত ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস শিক্ষিত যুৱক কুশল ভৰালী।
ঢকুৱাখনাৰ মৰনৈ চাপৰিত ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস শিক্ষিত যুৱক কুশল ভৰালী।...
33 વર્ષથી હોમગાર્ડમાં ફરજ બજાવતા કર્મચારી વય મર્યાદા ના કારણે નિવૃત્ત થતા વિદાય સમારંભ યોજાયો
છેલ્લા 33 વર્ષથી હોમગાર્ડમાં ફરજ બજાવતા અનવરભાઈ અબ્બાસભાઈ સોલંકી વય મર્યાદા ના કારણે નિવૃત્ત થયા...