🔴 আটক দুই সৰবৰাহকাৰী হুছেইন আৰু মুস্তাফা আলী।

🔴 চিলাপথাৰৰ পৰা বৰ্ণিহাট অভিমুখী আছিল গৰু ভৰ্তি AS01GC 0455 নম্বৰৰ ট্ৰাকখন।

🔴 যোৰাবাট আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন। 

#thevoiceofchariduar #Newsupdate