দেশৰ আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যে হৰ ঘৰ কী ত্ৰিৰংগা কাৰ্যসুচী সফল কৰি তুলিবলৈ ৰাজ্যৰ চুকে কোনে অনুষ্ঠিত হৈছে জনসাধাৰণৰ মাজত সজাগতা সভা ৷ আজি লখিমপুৰ জিলা ভুমি সংৰক্ষণ বিভাগৰ উদ্যোগত বিহপুৰীয়া সমষ্টিৰ গনকদলনি গাঁও পঞ্চায়তত জনসাধাৰণৰ মাজত অনুষ্ঠিত হয় সজাগতা সভা ৷ সভাখনত জনসাধাৰণৰ মাজত ত্ৰিৰংগা পতাকা বিতৰণ কৰা হয় ৷ অনুষ্ঠানত বিভাগৰটোৰ বিষয়া কৰ্মচাৰীৰ লগতে উপস্থিত থাকে ধলপুৰ-শিমলুগুৰি জিলা পৰিষদ সদস্যা দীপালি বনিয়া ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંબાજી :- દાંતામાં કોંગ્રેસના તાલુકા પંચાયતના પૂર્વ ડેલીગેટ ભાજપમાંજોડાયા.
અંબાજી :- દાંતામાં કોંગ્રેસના તાલુકા પંચાયતના પૂર્વ ડેલીગેટ ભાજપમાં જોડાયા.
Apple Watch For Your Kids भारत में लॉन्च, घर से बाहर बच्चों की सुरक्षा के लिए काम करेगा वॉच फीचर
एपल ने अपने ग्राहकों के लिए Apple Watch For Your Kids फीचर भारत में भी पेश कर दिया है। इस फीचर के...
Modi Cabinet Meeting: आज शाम 6:30 बजे होगी कैबिनेट की बैठक | NDA Vs INDIA | BJP | PM Modi | Aaj Tak
Modi Cabinet Meeting: आज शाम 6:30 बजे होगी कैबिनेट की बैठक | NDA Vs INDIA | BJP | PM Modi | Aaj Tak
মৰাণত "সাহস আৰু প্ৰত্যয়ভৰা এদিন" কাৰ্যসূচীৰ আয়োজন
মৰাণত " সাহস আৰু প্ৰত্যয় ভৰা এদিন" কাৰ্যসূচীৰ আয়োজন । উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত উৎসুক আৰু...