অৱশেষত গেপ্তাৰ হ’ল ঘগ্ৰাপাৰ আৰক্ষী থানাৰ পলাতক OC বিমান চন্দ্ৰ ৰয়৷ বিগত কেইবাদিনো ধৰি পলাতক হৈ আছিল OC ৰয়৷উল্লেখ্য যে যোৱা ২১ জুনত থানাৰ ভিতৰতে এজনী কিশোৰীক উলংগ কৰি ভিডিঅ আৰু ফটোলৈ আইনৰ ৰোষত পৰিল OC গৰাকী৷আজি তেওঁক গুৱাহাটী ৰেলৱে ষ্টেচনত গেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ইতিমধ্যে বিতৰ্কিত আৰক্ষী বিষয়া গৰাকীক আৰক্ষীয়ে সোধপোছ অব্যাহত আছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহাৰ লেখক,প্ৰবন্ধকাৰ,শিক্ষক লক্ষী প্ৰসাদ ডেকালৈ ৰূপান্তৰৰ প্ৰবন্ধৰত্ন বঁটা,১১ফেব্ৰুৱাৰীত নগাঁও ত প্ৰদান কৰা হব বঁটা।
ৰহা সৰাগাঁও নিবাসী,লেখক,প্ৰবন্ধকাৰ,শিক্ষক লক্ষী প্ৰসাদ ডেকাক ৰূপান্তৰৰ প্ৰবন্ধৰত্ন বঁটা ১১...
हरणाची चपळाई पाहून व्हाल थक्क । व्हिडीओ व्हायरल | Viral Video | Hpn Marathi News
हरणाची चपळाई पाहून व्हाल थक्क । व्हिडीओ व्हायरल | Viral Video | Hpn Marathi News
কুজিবালি হাঁহচৰাত অহা ২৭-২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসম নাট্য সন্মিলনৰ অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু মাণ্ডলিক পূৰ্ণাংগ নাট প্ৰতিযোগিতাঃ হাচান চৰিফ আহমেদ সোঁৱৰণী "জীৱনজোৰা নাট্য সাধনা বঁটা" প্ৰদানৰ সিদ্ধান্ত
শিৱসাগৰঃ অসমৰ সৰ্ববৃহৎ নাট্য অনুষ্ঠান অসম নাট্য সন্মিলনৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত হাঁহচৰা শাখাৰ...
મીઠાપુર હાઈસ્કુલ માં વિજ્ઞાન મેળો યોજાયો
મીઠાપુર હાઈસ્કુલ માં વિજ્ઞાન મેળો યોજાયો