অৱশেষত গেপ্তাৰ হ’ল ঘগ্ৰাপাৰ আৰক্ষী থানাৰ পলাতক OC বিমান চন্দ্ৰ ৰয়৷ বিগত কেইবাদিনো ধৰি পলাতক হৈ আছিল OC ৰয়৷উল্লেখ্য যে যোৱা ২১ জুনত থানাৰ ভিতৰতে এজনী কিশোৰীক উলংগ কৰি ভিডিঅ আৰু ফটোলৈ আইনৰ ৰোষত পৰিল OC গৰাকী৷আজি তেওঁক গুৱাহাটী ৰেলৱে ষ্টেচনত গেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ইতিমধ্যে বিতৰ্কিত আৰক্ষী বিষয়া গৰাকীক আৰক্ষীয়ে সোধপোছ অব্যাহত আছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तनोट मंदिर मंदिर पहुंचे CM भजनलाल शर्मा, सीमा पर BSF जवानों ने दिया गार्ड ऑफ ऑनर
स्वतंत्रता दिवस से एक दिन पहले राजस्थान के मुख्यमंत्री भजनलाल शर्मा जैसलमेर के तनोट मंदिर...
ડીસામાં વધુ એક ક્રેડિટ સોસાયટીનું ઉઠામણું કરતાં સંચાલકોએ લોકોના નાણાં ડુબાડ્યા
ડીસામાં વધુ એક ક્રેડિટ સોસાયટીએ ઉઠામણું કરતા અનેક ગ્રાહકોના આશરે બે થી ત્રણ કરોડ રૂપિયા સલવાઈ ગયા...
ઉત્તરાયણને મોંઘવારીનું ગ્રહણ : પતંગ-દોરીના ભાવમાં 20 % સુધીનો વધારો !
ઉત્તરાયણ પર્વ નજીક આવતા જ પર્વને અનુરૂપ ચીજ વસ્તુઓનું બજારોમાં આગમન થયું છે.ઉત્તરાયણ પર્વમાં...
সানেকুছি বৰপুখুৰীপাৰ শ্ৰীমন্তশঙ্কৰদেৱ নামঘৰত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৫তম জন্ম মহোৎসৱৰ আয়োজন
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি বৰপুখুৰীপাৰ শ্ৰীমন্তশঙ্কৰদেৱ নামঘৰ প্ৰাংগনত অহা ২৩...
বিদ্যাঞ্জলী আঁচনিৰ ওপৰত মন্ত্ৰী যোগেন মহনৰ মন্তব্য
বিদ্যাঞ্জলী আঁচনিৰ ওপৰত মন্ত্ৰী যোগেন মহনৰ মন্তব্য