আজি ৰাজ্যজুৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে । সমান্তৰালকৈ চিলাপথাৰতো চিলাপথাৰ বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যালয়ত পুৱাৰে পৰা বিদ্যুৎ কৰ্মচাৰী বিষয়া আৰু অভিযন্তা সকলে কৰ্মবিৰতিৰে সাব্যস্ত কৰিছে প্ৰতিবাদ । হাতে হাতে প্লে-কাৰ্ড লৈ বিদ্যুৎ সংশোধনী বিধেয়ক বাতিল কৰক , নতুন পেঞ্চন আচনি বাতিল কৰক , APDCL জিন্দাবাদ , ইনক্লাৱ জিন্দাবাদ , আমাৰ দাবী মানিব লাগিব আদি বিভিন্ন শ্লোগানৰে উত্তাল কৰি তুলে পৰিৱেশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तरुण चुग ने सुखदेव सिंह ढींडसा को दी श्रद्धांजलि – कहा, पंजाब की राजनीति का एक युग समाप्त हुआ
भारतीय जनता पार्टी के राष्ट्रीय महामंत्री तरुण चुग ने वरिष्ठ अकाली नेता और पूर्व केंद्रीय मंत्री...
শিৱ সাগৰ যুৱদলত সদৌ অসম মৌজাদাৰ সন্মিলন অনুষ্ঠিত।
শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত সদৌ অসম মৌজাদাৰ সন্মিলন ও সপ্তদশ দ্বি -বাৰ্ষিক শিৱসাগৰ অনুষ্ঠিত...
স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণক শোষণ শিৱসাগৰৰ বিদ্যুত বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্য্যসূচী। ,
মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ, ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাইজৰ সহযোগত প্ৰতিবাদী...
શહેરા નગરમાં જન્માષ્ટમી નિમિત્તે મરડેશ્વર મંદિર ખાતે મેળો ભરાયો
શહેરા નગરમાં જન્માષ્ટમી નિમિત્તે મરડેશ્વર મંદિર ખાતે મેળો ભરાયો
LG મેડીકલ હોસ્પિટલને નરેન્દ્રમોદી નામ આપવા અંગે કોંગ્રેસનો કટાક્ષકોંગ્રેસ, મનીષ દોશીએ આપ્યું નિવેદન
LG મેડીકલ હોસ્પિટલને નરેન્દ્રમોદી નામ આપવા અંગે કોંગ્રેસનો કટાક્ષકોંગ્રેસ, મનીષ દોશીએ આપ્યું નિવેદન