আজি ৰাজ্যজুৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে । সমান্তৰালকৈ চিলাপথাৰতো চিলাপথাৰ বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যালয়ত পুৱাৰে পৰা বিদ্যুৎ কৰ্মচাৰী বিষয়া আৰু অভিযন্তা সকলে কৰ্মবিৰতিৰে সাব্যস্ত কৰিছে প্ৰতিবাদ । হাতে হাতে প্লে-কাৰ্ড লৈ বিদ্যুৎ সংশোধনী বিধেয়ক বাতিল কৰক , নতুন পেঞ্চন আচনি বাতিল কৰক , APDCL জিন্দাবাদ , ইনক্লাৱ জিন্দাবাদ , আমাৰ দাবী মানিব লাগিব আদি বিভিন্ন শ্লোগানৰে উত্তাল কৰি তুলে পৰিৱেশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DEESA/રાજ્યમાં આચારસંહિતા અમલમાં લાગું પડી
DEESA/રાજ્યમાં આચારસંહિતા અમલમાં લાગું પડી
Breaking News : Pune में बेकाबू डंपर ने 9 लोगों को कुचला | Road Accident | Aaj Tak | Maharashtra
Breaking News : Pune में बेकाबू डंपर ने 9 लोगों को कुचला | Road Accident | Aaj Tak | Maharashtra
DEESA NEWS : ડીસામાં રજત જયંતિ સમારોહ ઉત્સવનું આયોજન
DEESA NEWS : ડીસામાં રજત જયંતિ સમારોહ ઉત્સવનું આયોજન
চৰাইদেউৰ হিংৰিজান চাহ বাগিচাত চাহ শ্ৰমিকৰ ধৰ্মঘট কাৰ্যসূচী পালন
চৰাইদেউৰ হিংৰিজান চাহ বাগিচাত চাহ শ্ৰমিকৰ ধৰ্মঘট কাৰ্যসূচী পালন