নামনি মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী মাজুলী বৰ এলেঙি সত্ৰৰ ডেকা সত্ৰীয়া, অসম সত্ৰ মহাসভাৰ আজীৱন সদস্য, বিভিন্ন অনুষ্ঠানৰ লগত জড়িত ৰুহিত গোস্বামীৰ বাৰ্ধক্যজনিত কাৰণত ৭৮ বছৰ বয়সত ৰাতি প্ৰায় ২ বজাত  

পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেখেতে জেষ্ঠ্য ককায়েক, পৰিবাৰ, তিনিজন পুত্ৰ, বোৱাৰীৰ লগতে বহুতো আত্মীয়স্বজন এৰি থৈ গৈছে । ডেকা সত্ৰীয়া গৰাকীৰ মৃত্যুত নামনি মাজুলী অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ।