🔴 মন্ত্ৰী-বিধায়কৰ নাম কৈ চাকৰিৰ নামত ধন লৈ গ্ৰেপ্তাৰ প্ৰৱঞ্চক যুৱক।

🔴 মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক জিতু গোস্বামী আৰু প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁঞিৰ নাম লৈ নিবনুৱা যুৱকৰ পৰা সংগ্ৰহ কৰিছিল লাখ লাখ টকা।

🔴 ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে উক্ত যুৱক জনক। 

#thevoiceofchariduar #NewsUpdate #news