ডিব্ৰুগড় আমোলাপট্টিৰ এটা ট্ৰেন্সফৰ্মাৰত ভয়ংকৰ অগ্নিকাণ্ড।

বিদ্যুত বিভাগ গাফিলতিৰ বাবে সংঘঠিত হয় এই অগ্নিকাণ্ড।

প্ৰায়ে অগ্নিসংযোগ হয় কিন্তু কোনোধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰে স্থানীয় বিদ্যুত বিভাগে।

অৱশেষত অগ্নি নিৰ্বাপক বাহিনিয়ে জুই নুমোৱাই নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হয়।