কুখ্যাত চাইবাৰ অপৰাধী আবুল কাছেম।মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত চাইবাৰ অপৰাধীটোক।এজন ব্যক্তিৰ নামত ২৩৮খনকৈ ছীম উলিয়াইছিল আবুল কাছেমে।