মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা বুটাম টিপাৰ লগে লগে প্ৰায় ১২,০০০ বিহুৱা- বিহুৱতীৰ বেংক একাউণ্টলৈ পোনপতীয়াকৈ ২৫ হেজাৰ টকাকৈ মাননিৰ ধন স্থানান্তৰ হয়৷

#thevoiceofchariduar #NewsUpdate #bihu #worldrecord #assam #CMOASSAM #HimantaBiswaSarma