চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নলবাৰী জিলাত আৰু এগৰাকী মেধাবী ছাত্ৰীয়ে স্থান লাভ কৰাত জিলাখনত আনন্দৰ বৈন্না বৈছে৷উল্লেখ্য যে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পূৱ কালাকুছি গাৱঁৰ জেচিকা মেছবিন নামৰ ছাত্ৰী গৰাকীয়ে শংকৰদেৱ শিশু নিকেতন,মৰোঁৱাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈছিল৷কিন্তু মেধাবী ছাত্ৰী গৰাকীয়ে মাত্ৰ দুই নম্বৰৰ কাৰনে স্থান লাভৰ পৰা বঞ্চিত হৈছিল৷ছাত্ৰী গৰাকী ফলাফলত সন্তুষ্ট নহৈ পূুনৰ সত্যাপনৰ বাবে আবেদন কৰে৷উক্ত আবেদনৰ ভিত্তিত ছাত্ৰী গৰাকীয়ে মুঠ ৫৮৫ নম্বৰ পায় দশম স্থান পাবলৈ সক্ষম হয়৷ছাত্ৰী গৰাকীৰ সাফল্যত বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आदिवासी कांग्रेस ने फूंका सीएम का पुतला जलकर हुई झूमाझटकी
पन्ना।
आदिवासी कांग्रेस ने फूंका सीएम का पुतला जलकर हुई झूमाझटकी
आदिवासियों पर हो रहे...
થરાદમાં સ્વીફ્ટ કાર ગરનાળામાં ખાબકતાં ત્રણ યુવકો ઘાયલ
થરાદ-સાંચોર હાઇવે પર ગાયત્રી મંદિર સામે અને ગાયત્રી હાઇસ્કૂલ પાસે ફોરલેન રોડના નાળાનું કામ ચાલુ...
परभणी जिल्ह्यात सोनपेठ शहरात एकाच रात्री दोन दुकानासह एक घर फोडत लाखोचा ऐवज लंपास
परभणी जिल्ह्यात सोनपेठ शहरात एकाच रात्री दोन दुकानासह एक घर फोडत लाखोचा ऐवज लंपास
ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চাৰ দৰং জিলা সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা
ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চাৰ দৰং জিলা সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা
Oppo ने उतारा सबसे सस्ता फुल वाटरप्रूफ फोन, गिरने पर टूटेगा भी नहीं और न डिस्प्ले पर आएगी आंच
Oppo ने मिलिट्री ग्रेड प्रोटेक्शन फीचर वाला स्मार्टफोन Oppo A3 Pro लॉन्च किया है। मिड रेंज...