ভাৰত চৰকাৰৰ আৰু সাস্কৃতিক মন্ত্ৰনালয়ৰ সংস্থা (CCRT ) ৰ উদ্যোগত মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ত 'COLLECTING STORIES FOR DIGITAL DISTRICT DEPOSITORY (DDR) PROJECT UNDER AZADI KA AMRIT MAHOTSAV' শীৰ্ষক কৰ্মশালা অনুষ্ঠিত । কৰ্মশালাত ডিব্ৰুগড় জিলাৰ বিভিন্ন ক্লাষ্টাৰৰ ৫০ গৰাকী শিক্ষক - শিক্ষয়িত্ৰীয়ে অংশগ্ৰহন কৰে । যি সকল স্বাধীনতা সংগ্ৰামী এতিয়াও অৱহেলিত হৈ আছে তেঁওলোকে স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ কাহিনীবোৰ Digitally লিপিবদ্ধ কৰাৰ উদ্দেশ্যে এদিনীয়া কৰ্মশালাখনি অনুষ্ঠিত কৰা হয় । কাৰ্যসূচীত খোৱাং প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া শিউ কুমাৰ চাহু, জিলা সমল ব্যক্তি হিচাপে ক্ৰমে দীপক মিত্ৰ, প্ৰণবিতা দেউৰী, স্বপ্নালী গগৈৰ লগতে বহুকেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে ।
Raju Mishra. DANP.
- ভাৰত চৰকাৰৰ আৰু সাংস্কৃতিক মন্ত্ৰনালয়ৰ সংস্থা (CCRT ) ৰ উদ্যোগত মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ত 'COLLECTING STORIES FOR DIGITAL DISTRICT DEPOSITORY (DDR) PROJECT UNDER AZADI KA AMRIT MAHOTSAV' শীৰ্ষক কৰ্মশালা অনুষ্ঠিত । কৰ্মশালাত ডিব্ৰুগড় জিলাৰ বিভিন্ন ক্লাষ্টাৰৰ ৫০ গৰাকী শিক্ষক - শিক্ষয়িত্ৰীয়ে অংশগ্ৰহন কৰে । যি সকল স্বাধীনতা সংগ্ৰামী এতিয়াও অৱহেলিত হৈ আছে তেঁওলোকে স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ কাহিনীবোৰ Digitally লিপিবদ্ধ কৰাৰ উদ্দেশ্যে এদিনীয়া কৰ্মশালাখনি অনুষ্ঠিত কৰা হয় । কাৰ্যসূচীত খোৱাং প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া শিউ কুমাৰ চাহু, জিলা সমল ব্যক্তি হিচাপে ক্ৰমে দীপক মিত্ৰ, প্ৰণবিতা দেউৰী, স্বপ্নালী গগৈৰ লগতে বহুকেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে ।