তাচ পাতৰ দৰে খহি পৰিল জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেট। চিৰাঙৰ ডোমগাঁও-শালবাৰী গাঁৱত সংঘটিত এই ভয়ংকৰ কাণ্ড। ২০০৬-০৭ত নিৰ্মাণকাৰ্য আৰম্ভ কৰি ২০১০ চনত মুকলি কৰা হৈছিল এই শ্লুইচ গেটখন। অনিশ্চয়তাৰ মাজত ৭খন গাঁৱৰ ২৫০০ কৃষিভূমি।