টিংখাঙৰ জোঁকতলী চাহ বাগিচাত মালিক পক্ষৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ। বাগিচাখনৰ একাংশ শ্ৰমিকে পূৰ্বৰে পৰা ভোগ দখল কৰি অহা কেইবা বিঘা মাটি বাগিচা কৰ্তৃপক্ষই হ'ল পূৰ্বক ভাৱে দখল কৰিব বিচৰা কাৰ্যক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জোঁকতলি চাহ বাগিচাত। এইসমূহ দখলিকৃত ভূমিত পূৰ্বৰে পৰাই ধান খেতি কৰি পৰিয়াল পোহপাল দি আহিছে একাংশ শ্ৰমিক পৰিয়ালে। বাগিচা কৰ্তৃপক্ষৰ এনে স্বৈৰাচাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা( আছা ) ৰ টিংখাং আঞ্চলিক সমিতিয়ে ভুক্তভোগী শ্ৰমিকক লগত লৈ টিংখাং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীয়ে ' পূৰ্বৰে পৰা ভোগ দখল কৰি থকা খেতিৰ অধিকাৰ আমাক লাগিবই ' " বাগিচা কৰ্তৃপক্ষৰ দাদাগিৰি বন্ধ কৰক " , " তেজ দিম মাটি নিদিও " আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विकसित भारत संकल्प पत्र हेतु 10000 जन-आकांक्षाओं पेटी, 1000 रथ एवम नमो app से 1 करोड़ सुझाव इकठे करेंगी भाजपा : चुघ
भारतीय जनता पार्टी के राष्ट्रीय महामंत्री तरुण चुघ ने*'संकल्प पत्र सुझाव अभियान’ एवं...
मंडणगड तिडे तळेघर सायन मार्गे बोरिवली एसटी बससेवा नियमितकरिता सुरू
मंडणगड : आगरातर्फे मंडणगड तिडे तळेघर बोरिवली एसटी फेरी दि. २ ऑक्टोबरपासून नियमित सुरू...
Asian Games में चीन ने भारतीय खिलाड़ियों को रोका, Anurag Thakur ने लिया बड़ा फैसला!
Asian Games में चीन ने भारतीय खिलाड़ियों को रोका, Anurag Thakur ने लिया बड़ा फैसला!
Dharavi Slum के अभिषेक कुर्मे के टैलेंट ने उन्हें फिल्मों तक पहुंचा दिया | Inspiring (BBC Hindi)
Dharavi Slum के अभिषेक कुर्मे के टैलेंट ने उन्हें फिल्मों तक पहुंचा दिया | Inspiring (BBC Hindi)
ৰঙাগড়াত তিনি বিদ্যালয়ৰ ৮১ ছাত্ৰ ছাত্ৰী অচিন ৰোগত আক্ৰান্ত
গোলাঘাট ২৫ আগষ্টঃ গোলাঘাট জিলাৰ ৰঙাগড়া বাগিচা প্ৰাথমিক বিদ্যালয়ৰ কেইবা গৰাকী ছাত্ৰ-ছাত্ৰী কালি...