টিংখাঙৰ জোঁকতলী চাহ বাগিচাত মালিক পক্ষৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ। বাগিচাখনৰ একাংশ শ্ৰমিকে পূৰ্বৰে পৰা ভোগ দখল কৰি অহা কেইবা বিঘা মাটি বাগিচা কৰ্তৃপক্ষই হ'ল পূৰ্বক ভাৱে দখল কৰিব বিচৰা কাৰ্যক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জোঁকতলি চাহ বাগিচাত। এইসমূহ দখলিকৃত ভূমিত পূৰ্বৰে পৰাই ধান খেতি কৰি পৰিয়াল পোহপাল দি আহিছে একাংশ শ্ৰমিক পৰিয়ালে। বাগিচা কৰ্তৃপক্ষৰ এনে স্বৈৰাচাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা( আছা ) ৰ টিংখাং আঞ্চলিক সমিতিয়ে ভুক্তভোগী শ্ৰমিকক লগত লৈ টিংখাং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীয়ে ' পূৰ্বৰে পৰা ভোগ দখল কৰি থকা খেতিৰ অধিকাৰ আমাক লাগিবই ' " বাগিচা কৰ্তৃপক্ষৰ দাদাগিৰি বন্ধ কৰক " , " তেজ দিম মাটি নিদিও " আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वाशिम जिल्ह्यामधील
मेडशी उपसरपंच पदी अविरोध निवड
मेडशी दिनांक 15 ऑक्टोंबर 2022
युवानेते श्री अमोल भाऊ विजय तायडे यांचे मेडशी या गावच्या उपसरपंच...
जंगल छोड़ गांव में आया बाघा देहसाद में रहे ग्रामीण विडियो हुआ बायरल
पन्ना।
जंगल छोड़ गांव में आया बाघ,दहसत मैं रहे ग्रामीण,inh के पास एक्सक्लूसिव बाघ का रोमांचक...
Delhi Flood Alert LIVE Updates: यमुना में उफान, लालकिले तक पहुंचा पानी | Yamuna Water Level | Delhi
Delhi Flood Alert LIVE Updates: यमुना में उफान, लालकिले तक पहुंचा पानी | Yamuna Water Level | Delhi
Odisha Train Accident: ट्रैक पर लौटी कोरोमंडल एक्सप्रेस लेकिन 'दीदी' पूछ रही है Modi सरकार से सवाल
Odisha Train Accident: ट्रैक पर लौटी कोरोमंडल एक्सप्रेस लेकिन 'दीदी' पूछ रही है Modi सरकार से सवाल