গোলাঘাটত প্ৰায় ১১ কোটি ১৬ লাখ টকাৰ ড্ৰাগছ বিনষ্ট কৰন।আন্তজাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে গোলাঘাটত জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ অভিযান ৷ প্ৰায় ১১ কোটি ১৬ লাখ টকাৰ ড্ৰাগছ বিনষ্ট কৰে গোলাঘাটৰ আৰক্ষী প্ৰশাসনে ৷ গোলাঘাটৰ বগৰিজেং আৰক্ষী নিৱেষৰ খেলপথাৰত জব্দকৃত ড্ৰাগছৰ লগতে ভাং, কানি ও জ্বলাই দিয়া হয় ৷ ড্ৰাগছৰ বিৰুদ্ধে একপ্ৰকাৰ যথেষ্ট তৎপৰতা অৱলম্বন কৰা গোলাঘাট আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কিবা খবৰ পালে ৬০২৬৯০০৫৩৩ নম্বৰত খবৰ দিবলৈ সকলোকে আহ্বান জনাই ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনে আগন্তুক দিনতো আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অধিক জোৰদাৰ হোৱাৰ কথা উল্লেখ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Covid 19: बीते 24 घंटे में आए 7,533 नए मामले, 44 की मौत, देश में बढ़ा आर्कटुरस वैरिएंट का खतरा
Covid Cases in India: भारत में कोरोना वायरस के मामले लगातार सामने आ रहे हैं। बीते कुछ दिनों से...
थाना जसोल एवं डीएसटी बालोतरा द्वारा अवैध बजरी खनन के विरूद्ध कार्यवाही। अवैध बजरी खनन / परिवहन में प्रयुक्त 02 टेक्ट्रर, 03 ट्रोली व 01 जेसीबी मशीन जब्त ।
श्री कुन्दन कंवरिया आईपीएस, पुलिस अधीक्षक जिला बालोतरा ने बताया कि जिले में अवैध बजरी खनन की...