গোলাঘাটত প্ৰায় ১১ কোটি ১৬ লাখ টকাৰ ড্ৰাগছ বিনষ্ট কৰন।আন্তজাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে গোলাঘাটত জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ অভিযান ৷ প্ৰায় ১১ কোটি ১৬ লাখ টকাৰ ড্ৰাগছ বিনষ্ট কৰে গোলাঘাটৰ আৰক্ষী প্ৰশাসনে ৷ গোলাঘাটৰ বগৰিজেং আৰক্ষী নিৱেষৰ খেলপথাৰত জব্দকৃত ড্ৰাগছৰ লগতে ভাং, কানি ও জ্বলাই দিয়া হয় ৷ ড্ৰাগছৰ বিৰুদ্ধে একপ্ৰকাৰ যথেষ্ট তৎপৰতা অৱলম্বন কৰা গোলাঘাট আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কিবা খবৰ পালে ৬০২৬৯০০৫৩৩ নম্বৰত খবৰ দিবলৈ সকলোকে আহ্বান জনাই ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনে আগন্তুক দিনতো আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অধিক জোৰদাৰ হোৱাৰ কথা উল্লেখ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*આમ આદમી પાર્ટીના રાષ્ટ્રીય સંયોજક અરવિંદ કેજરીવાલ અમદાવાદ એરપોર્ટ પર શું કહ્યું .*
*આમ આદમી પાર્ટીના રાષ્ટ્રીય સંયોજક અરવિંદ કેજરીવાલ અમદાવાદ એરપોર્ટ પર શું કહ્યું .*
প্ৰধানমন্ত্ৰী মোদীক আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চদ্দাৰ তীব্ৰ কটাক্ষ।
প্ৰধানমন্ত্ৰী মোদীক আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চদ্দাৰ তীব্ৰ কটাক্ষ।
કણભા : લોકલ ક્રાઈમ બ્રાન્ચ અમદાવાદ ગ્રામ્યએ લુંટ અને ચોરી ના આરોપી ને સોઘી મુદ્દામાલ સાથે ઝડપીલીધા
કણભા : લોકલ ક્રાઈમ બ્રાન્ચ અમદાવાદ ગ્રામ્યએ લુંટ અને ચોરી ના આરોપી ને સોઘી મુદ્દામાલ સાથે ઝડપીલીધા
ગોરવા વિસ્તારમાં બે કોમ વચ્ચે નજીવી બાબતે અથડામણ 2022 | Spark Today News Vadodara
ગોરવા વિસ્તારમાં બે કોમ વચ્ચે નજીવી બાબતે અથડામણ 2022 | Spark Today News Vadodara