ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প লৈ এটি ভাল খবৰ | প্ৰথম বাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প লাভ কৰিছে আন্তৰ্জাতিক বঁটা । ২০ জুলাই নিশা ৯.৩০ বজাত দক্ষিণ আফ্ৰিকা ৰ Africa Protected Areas Congress at the Main Auditorium, Kigali Conventional Center. Kigali in Rawanda অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সভা ত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প ৰ ফ্ৰণ্ট লাইন বন সুৰক্ষা কৰ্মী ৰ দল ক উক্ত বঁটা প্ৰদান কৰে । World Commission on Protected Area (WCPA) আৰু IUCN দক্ষিণ আফ্ৰিকা দ্বাৰা Virtually অনুষ্ঠিত কৰা গুৰুত্বপূৰ্ণ সভা ত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প ক ৮ লাখ টকা নগদ পুৰস্কাৰ ৰ ঘোষণা কৰা হয় । বঁটা পোৱা ৰ পাছত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প ৰ DFO প্রদীপ্ত বৰুৱা ফ্ৰণ্ট লাইন বন সুৰক্ষা কৰ্মী ক আদৰণি জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Rajya Sabha में Congress की बेंच से मिली नोटों की गड्डी | Parliament Session
Breaking News: Rajya Sabha में Congress की बेंच से मिली नोटों की गड्डी | Parliament Session
રાજુલામાં મહુવા -અમરેલી રૂટની એસટી બસમાં દારૂડિયા યુવકની મુસાફરી
મહુવા - અમરેલી એસટી બસમાં આજરોજ મુસાફર દારૂ પી ને મુસાફરી કરી રહ્યો હતો.
આ મુસાફરને બાઢડા...
দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত সন্মুখত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি
দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত সন্মুখত সদৌ অসম চৰকাৰী এন. পি.এছ কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক...
दरंग के पुलिस अधीक्षक राजमोहन राय ने किसानों को राहत सामग्री वितरित किया.
मंगलदै स्थित प्रगतिशील कृषि किसानों के एक समूह द्वारा गठित एक प्रमुख गैर-सरकारी संगठन सेउजी पाम...