🔴২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ আৰু সাহিত্য অকাডেমি বাল সাহিত্য পুৰস্কাৰ ঘোষণা। 

🔴অসমৰ ৫ গৰাকী যশস্বী সাহিত্যিকে ৰাজ্যখনৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে এই বৰ্ষত। 

🔴এইবাৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ শিতানত অসমীয়া ভাষাত জিন্তু গীতাৰ্থ।

🔴নেপালী ভাষাত নেইনা অধিকাৰী 

আৰু বড়ো ভাষাত মাইনাওশ্রী দৈমাৰী।

🔴সাহিত্য অকাডেমি বাল সাহিত্য পুৰস্কাৰ শিতানত অসমীয়া ভাষাত ৰথীন্দ্ৰনাথ গোস্বামী আৰু বড়ো ভাষাত প্ৰতিমা নন্দী নাৰ্জাৰীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 

#thevoiceofchariduar #Newsupdate #অসম #সাহিত্য_অকাডেমি_বঁটা