আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা। ২৬ জুনলৈ কামাখ্যাত অম্বুবাচী মহাযোগৰ পবিত্ৰ পৰ্ব। আজি নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি। ২৩, ২৪ আৰু ২৫ জুন তাৰিখে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ । ২৬ জুনত পুৱা দেৱীক স্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ খোলা হ'ব। ২৬ আৰু ২৭ জুনত বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। নিশা ৯ বজাৰ পাছত কামাখ্যাত ভক্তৰ প্ৰৱেশত নিষেধাজ্ঞা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભુજની કોલેજ માં અમદાવાદ સેવન્થ ડે સ્કૂલ જેવી ઘટના
ભુજની કોલેજ માં અમદાવાદ સેવન્થ ડે સ્કૂલ જેવી ઘટના સામે આવી જેમાં ભુજમાં કોલેજની...
Delhi Water Crisis: दिल्ली जल संकट पर Atishi का बड़ा एलान, कहा- नहीं मिला पानी तो अनिश्चितकालीन अनशन
Delhi Water Crisis: दिल्ली जल संकट पर Atishi का बड़ा एलान, कहा- नहीं मिला पानी तो अनिश्चितकालीन अनशन
दिल्ली रेलवे स्टेशन पहुंचे राहुल गांधी, लोको पायलटों से की मुलाकात
जनसंवाद की नीति के तहत कांग्रेस नेता राहुल गांधी समाज के विभिन्न तबके के लोगों से मिलकर लगातार...
ৰহাত ২৫ দিনীয়া সহ যোগ শিক্ষক প্ৰশিক্ষণ সম্পন্ন, ৫৪গৰাকী ছাত্ৰ ছাত্ৰীয়ে ললে সহ যোগ শিক্ষকৰ প্ৰশিক্ষণ।
ৰহাত যোৱা ১জুলাইৰ পৰা চলি থকা ২৫দিনীয়া সহ যোগ শিক্ষক প্ৰশিক্ষণ ৰ আজি সফল সমাপন হয়।
...
Driverless Taxi: क्या बिना ड्राइवर वाली टैक्सी में बैठेंगे आप? (BBC Hindi)
Driverless Taxi: क्या बिना ड्राइवर वाली टैक्सी में बैठेंगे आप? (BBC Hindi)