সুখ খবৰ গুৱাহাটীলৈ আহিব বলিউডৰ মোহময়ী অভিনেত্ৰী ছানি লিওনী|জি এছ ৰোডস্থিত প্লেবয় বিয়েৰ গাৰ্ডেনৰ বহু মঞ্চত শোভা বঢ়াব অভিনেত্ৰীগৰাকীয়ে|এক সাংগীতিক অনুষ্ঠানত উপস্থিত থাকি সকলোকে মনোৰঞ্জন প্ৰদান কৰিব ছানি লিওনীয়ে