আজি শাওন মাহৰ তৃতীয়টো সোমবাৰ। হিন্দু ধৰ্মীৰ আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ। শাওনৰ প্ৰতিটো সোমবাৰে শিৱভক্ত সকলে নৈৰ পানী কঢ়িয়াই আনি স্থানীয় শিৱ মন্দিৰৰ শিৱ লিংগত ঢালে। বল বম উপলক্ষে অৰ্ধ নিশাৰ পৰা শোনিতপুৰৰ খনামুখৰ জীয়াভৰলী নদীৰ পাৰত উখল মাখল পৰিবেশ। নদীৰ পাৰত দেখা গ'ল অজস্ৰ ভক্তৰ ভীৰ । মনৰ মনোবাঞ্চা পুৰণাৰ্থে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভক্ত সকলে ভীৰ কৰিছেহি নদীৰ পাৰত। ভক্ত সকলে এনেদৰেই নদীৰ পানী লৈ মন বাঞ্চা পূৰনাৰ্থে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত খোজ কাঢ়ি ৰাওনা হৈছে দেৱাদিদেৱৰ মন্দিৰ অভিমূখে। মহাদেৱৰ আশিষ লাভৰ অৰ্থে নদীৰ পাৰত এনেদৰে দেখা গ'ল কন কন শিশুৰ পৰা আৱাল বৃদ্ধ বনিতা সকলোকে। মহাদেৱৰ আৰাধনাৰে মাজনিশাৰ পৰা ৰজনজনাইছে জীয়াভৰলীৰ পাৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৰমহা বৃদ্ধিৰ দাবীত প্ৰতিবাদত বাহিল মৰাণ হিঙিজান চাহ বাগিচাৰ উপ- কৰ্মচাৰী সকল
দৰমহা বৃদ্ধিৰ দাবীত প্ৰতিবাদত বাহিল মৰাণ হিঙিজান চাহ বাগিচাৰ উপ- কৰ্মচাৰী সকল
લુંટનો બનાવ... Ahmedabad ખાતે આવેલ શહેર કોટડા વિસ્તાર ની હદ માં મેમ્કો ટોલનાકાના વીરસાવરકર ઉપર તીક્ષણ હથિયાર બતાવી લૂંટી લીધો
અમદાવાદમાં શહેર કોટડામાં રહેતા આધેડને એક્ટિવા પર આવેલ બે અજાણ્યા શખ્સોએ તીક્ષણ હથિયાર બતાવીને...
Realme GT 6 फ्लैगशिप किलर की जल्द होगी एंट्री, इन देशों में लॉन्च होगा फोन
रियलमी ने कंफर्म कर दिया है कि Realme GT 6 कंपनी का ग्लोबल मार्केट के लिए नेक्स्ट स्मार्टफोन...