সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে জাৰি কৰিলে নিৰ্দেশনা।
কলিয়াবৰ লোকসভা সমষ্টিৰ নাম হ'ব কাজিৰঙা।
তেজপুৰ সমষ্টিৰ নাম হ'ব শোণিতপুৰ।
মঙলদৈ সমষ্টিৰ নাম হব দৰং।
যোৰহাটত সংলগ্ন হব মাজুলী।
বিধানসভাৰ ১২৬ টা সমষ্টিৰ ৯ টাSC ১৯STৰ বাবে সংৰক্ষিত হ’ব।