উত্তৰ লক্ষীমপুৰ নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত সোৱণশিৰী আদৰ্শ হাইস্কুলত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন ।
আজাদি কা অমৃত মহোৎসৱৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা প্ৰচাৰৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ যুৱ মন্ত্ৰলায়ৰ অধীনস্থ উত্তৰ লাক্ষীমপুৰ নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত সোৱণশিৰীৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
 
  
  
   
  
   
  