কলম্বিয়াৰ মেডেলিনত অনুষ্ঠিত হোৱা আৰ্চাৰী বিশ্বকাপৰ তৃতীয় পৰ্যায় পুৰুষৰ কম্পাউণ্ড ব্যক্তিগত ফাইনেলত স্বৰ্ণ পদক লাভ কৰিলে ভাৰতীয় ধনুৰ্বিদ অভিষেক ভাৰ্মাই।

২০২৩ চনৰ আৰ্চাৰী বিশ্বকাপৰ ফাইনেলত স্থান লাভ কৰা তৃতীয়জন ভাৰতীয় কম্পাউণ্ড ধনুৰ্বিদ হিচাপে পৰিগণিত অভিষেক ভাৰ্মা।