অসম আৰক্ষীয়ে সামাজিক মাধ্যমত পিতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে এনেদৰে।এগৰাকী পুলিছ ও যে এগৰাকী পিতৃ তাকে প্ৰমাণ কৰিলে এই শুভেচ্ছা। 

আমাৰ তৰফৰ পৰাও আজিৰ পিতৃ দিৱসৰ অলেখ শুভেচ্ছা