বাতিল হোৱা নাই ৮খন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত৷ বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব ৰাজ্যৰ ৮খন কলেজ। কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় ‘আগষ্টত বিধানসভাৰ অধিৱেশনত এই সন্দৰ্ভত উত্থাপন হ'ব নতুন বিধেয়ক।এই মহাবিদ্যালয় সমূহ বিশ্ববিদ্যলয়লৈ উন্নীতকৰণৰ কাম চলি আছে। লগে লগে পূৰ্বৰ মহাবিদ্যালয় কেইখনক বিশ্ববিদ্যালয় খনৰ Constituent College হিচাবে ঘোষণা কৰা হ'ব।'
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bibhav Kumar Arrested Updates: Swati Maliwal केस में बिभव कुमार गिरफ्तार, AAP ने पुलिस पर लगाए आरोप
Bibhav Kumar Arrested Updates: Swati Maliwal केस में बिभव कुमार गिरफ्तार, AAP ने पुलिस पर लगाए आरोप
মৰাণ ৰাজহ চক্ৰ বিষয়া উপস্থিতিত চেপনৰ ১২ নং লাইনৰ অঙ্গনবাড়ী কেন্দ্ৰত অনুষ্ঠিত হল পোষন মাহ কাৰ্যসূচী
মৰাণ ৰাজহ চক্ৰ বিষয়া উপস্থিতিত চেপনৰ ১২ নং লাইনৰ অঙ্গনবাড়ী কেন্দ্ৰত অনুষ্ঠিত হল পোষন মাহ কাৰ্যসূচী
Protein Deficiency: आपके रोजमर्रा के काम को प्रभावित कर सकती है शरीर में प्रोटीन की कमी, इन लक्षणों से करें पहचान
प्रोटीन (Protein) एक जरूरी पोषक तत्व है जो हमारे शरीर में कई अहम कार्य करता है। यह मांसपेशियों और...
kangana Ranaut को थप्पड़ मारने वाली CISF कांस्टेबल पर हुआ बड़ा एक्शन
kangana Ranaut को थप्पड़ मारने वाली CISF कांस्टेबल पर हुआ बड़ा एक्शन
Top News Stories Of This Hour: 9/11/2022 | Zee News
Top News Stories Of This Hour: 9/11/2022 | Zee News