CBI য়ে শেহতীয়াকৈ SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ মাজতে আন এটা CBI দলে এতিয়া অভিযান চলাইছে দুখনকৈ জিলাত। এক ভয়ংকৰ বিত্তীয় কেলেংকাৰীয়ে জোকাৰিছে যোৰহাট আৰু গোলাঘাট জিলা। চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।গোলাঘাট CBI দল। তিনিজনীয়া CBI দলে তীব্ৰ অভিযান চলাইছে বিভিন্ন স্হানত। ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ BSNL ৰ যোৰহাট সংমন্ডলৰ অধীনৰ লগতে গোলাঘাট উপসংমন্ডলত সংঘটিত হৈছে বিত্তীয় কেলেংকাৰী। ২০১৮/১৯ বৰ্ষত গাও পঞ্চায়ত সমূহত Optical Fiber Cable দি ইন্টাৰনেটৰ ব্যৱস্হা কৰিছিল। যত এই প্ৰকল্পত ভয়ানক বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। যাৰ বাবে BSNLৰ গোলাঘাট উপসংমন্ডলৰ পৰা ২০২০ বৰ্ষত স্বেচ্ছামুলক অৱসৰ গ্ৰহণ কৰা AGM মুনীন বৰুৱা বাসগৃহত CBI দলে অভিযান চলাই শুক্ৰবাৰে। উল্লেখ্য যে BSNL ৰ যোৰহাট সংমন্ডলৰ সেই সময়ৰ GM এইছ কে পাৱাৰ নাম এই কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছিল। বিভাগীয় ভাবে কেলেংকাৰীৰ তদন্ত হৈছিল যদিও পাছত এই গোচৰ CBI ক হস্তান্তৰ কৰে BSNL য়ে। কেৱল গোলাঘাটতে নহয় যোৰহাট জিলাতো CBI দলটোৱে এই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি বহু কেইজনক সোধপোছা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કુતિયાણાના ધારાસભ્ય ફરી એક વખત ખેડૂતોની વહારે આવી ડેમમાંથી પાણી છોડાવ્યું
કુતિયાણાના ધારાસભ્ય ફરી એક વખત ખેડૂતોની વહારે આવી ડેમમાંથી પાણી છોડાવ્યું
વાડજમાં ખુલ્લી તલવારો લઈને આવેલા સાત લોકોએ ગલ્લો કેમ ખુલ્લો રાખ્યો છે કહી યુવક પર હુમલો કર્યો
અમદાવાદ
ગુનેગારોને હવે પોલીસનો કોઈ ડર રહ્યો નથી. શહેરના વાડજ વિસ્તારમાં કેટલાક...
MP Loksabha Election Voting Phase 1: शारीरिक बाधाओं को दरकिनार कर वोट डालने पहुंचीं महिला | Aaj Tak
MP Loksabha Election Voting Phase 1: शारीरिक बाधाओं को दरकिनार कर वोट डालने पहुंचीं महिला | Aaj Tak