৭৫ সংখ্যক স্বাধীনতা দিৱসৰ 'হৰ ঘৰ ত্রিৰঙ্গাৰ' কাৰ্য্যসূচী সফল ৰূপায়ন আৰু ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি কাজিৰঙা জীপ চাফাৰি সন্থা, বাগৰি জিপ চাফাৰি সন্থা, অগৰাতলি জীপ চাফাৰি সন্থাৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু অসম পৰ্য্যটন বিভাগৰ সহযোগত কাজিৰঙাৰ পৰা বোকাখাতলৈ শতাধিক জীপচি গাড়ীত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই এক বৃহৎ সজাগতা ৰেলী আয়োজিত হয়। কহঁৰাৰ কাজিৰঙা জীপ চাফাৰি সন্থাৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত উপস্থিত থাকে আটাইকেইটা জিপ চাফাৰি সন্থাৰ সদস্য ও বিষয়ববীয়া, অসম পৰ্যটন বিভাগৰ উপ সঞ্চালক , বিজেপি গোলাঘাট জিলাৰ সভাপতি আৰু সংবাদকৰ্মী সকল আদি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mehbooba Mufti ने National Conference पर बोला हमला | NDA Vs INDIA | Lok Sabha Elections 2024
Mehbooba Mufti ने National Conference पर बोला हमला | NDA Vs INDIA | Lok Sabha Elections 2024
AAJTAK 2 | Women's Reservation Bill | BJP MP Nishikant Dubey जब Sonia Gandhi पर भयंकर भड़के | AT 2
AAJTAK 2 | Women's Reservation Bill | BJP MP Nishikant Dubey जब Sonia Gandhi पर भयंकर भड़के | AT 2
ખડસલીયા ગામે કપાસ તથા બાજરીના પાકની આડમાં વાવેલ ૧૪૯ કિલો ૫૬૬ ગ્રામ ગાંજા સાથે એક ઇસમ ઝડપાયો
ખડસલીયા ગામે કપાસ તથા બાજરીના પાકની આડમાં વાવેલ ૧૪૯ કિલો ૫૬૬ ગ્રામ ગાંજા સાથે એક ઇસમ ઝડપાયો
બોટાદમાં વડાપ્રધાનના ૭૩ માં જન્મદિવસ નિમિત્તે બ્લડ ડોનેશન કેમ્પ યોજાયો
બોટાદ :ભારતના અને વિશ્વના લોકપ્રિય નેતાં અને ગુજરાતના પનોતાપૂત્ર એવા વડાપ્રધાન ના 73 મા જન્મ દિવસ...