🔴'প্ৰশাসন ভুলৰ বাবে বদনামী হৈছে চৰকাৰ'

🔴'ঘটনা এটা হৈ যোৱাৰ পাছত হুলস্থুল কৰি কি লাভ?'

🔴'ভাল চৰকাৰ এখন চলি থকাৰ পাছত এয়া কি কৰিছে আপোনালোকে?'

🔴'ৰাইজে কোৱাৰ পিছতো আপোনালোকে কিয় ব্যৱস্থা নলয়?'

🔴ৰাজ্যৰ উপায়ুক্ত, প্ৰশাসনৰ লোকক একেলগে বহুৱাই ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ