আজাদী কা অমৃত মহোৎসৱত সমবায় সমিতি ৷

দৰং জিলা সমবায় সমিতিৰ সজাগতা সভা আউলাচৌকাত ৷

আজাদী কা অমৃত মহোৎসৱ সৰ্বসাধাৰণক অংশীদাৰিত্ব কৰোৱাৰ প্ৰয়াস দৰং জিলা সমবায় সমিতিৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনিয়াকৈ সকলো ভাৰতীয়ক ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱাৰ পিচতেই চৰকাৰী বেচৰকাৰী সংস্থা সমুহে ৰাইজক সজাগ কৰা পৰিলক্ষিত হ’ল ৷

মঙলদৈ আউলাচৌকাত দৰং জিলা সমবায় সমিতিৰ অন্তৰ্গত সকলোবোৰ সমবায় সমিতিক একত্ৰিত কৰি আজাদী কা অমৃত মহোৎসৱৰ সজাগতা কৰা দেখা গ’ল ৷