👉 *উৎকত গৰমত বালিপৰাত এজন লোকৰ মৃত্যু।*

 👉 *১৮ মাইলত পথাৰত কঠিয়া তুলি থকা অৱস্থাত মৃত্যু হয় লোকজনৰ

👉 *উৎকত গৰমৰ বাবেই কৰুন মৃত্যুক সাৱতি লোৱা লোকজন ১৮ মাইলৰ সুভাষ দৰ্জী৷(৪০)৷*

👉 *ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পথাৰৰ মাজত পৰি থকা অৱস্থাত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৰাইজে৷*