২ জুনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ 'শ্ৰীৰঘুপতিয়ে' ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মঙ্গলদৈতো দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে।দিনটোৰ চাৰিটা দৰ্শনীতে দৰ্শকৰ ভিৰে নিশ্চিত ভাৱে অসমীয়া চলচ্চিত্ৰত সুদিন উভটি আহিছে বুলি চলচ্চিত্ৰৰ অনুৰাগী সকলে অনুভৱ কৰিছে। শ্ৰীৰঘুপতিৰ কাহিনী, সংলাপ,ৰবি শৰ্মা প্ৰমুখ্যে অন্যান্য অভিনেতা সকলৰ সাৱলীল অভিনয়, আকৰ্ষণীয় স্হানত মন চুই যোৱা দৃশ্যায়নে শ্ৰীৰঘুপতিক যে অনন্য মাত্ৰা প্ৰদান কৰিছে সেয়া দৰ্শক সকলে অকপটে স্বীকাৰ কৰিছে।আজি মঙ্গলদৈৰ গ'ল্ড ডিজিটেল চিনেমা হলত প্ৰদৰ্শনীৰ অন্তত কিছুসংখ্যক দৰ্শকৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীৰঘুপতিয়ে সমাজলৈ এক শক্তিশালী বাৰ্তা প্ৰদানৰ জৰিয়তে দৰ্শকৰ অন্তৰ জয় কৰি ব্যৱসায়িক দিশতো ভাল ফলাফল লাভ কৰিব বুলি মতপোষণ কৰে ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
एकाच चितेवर दोघांना अंत्यसंस्कार, अख्ख गाव रडलं...! बघा नेमकी बातमी आहे काय...?
एकाच चितेवर दोघांना अंत्यसंस्कार, अख्ख गाव रडलं...! बघा नेमकी बातमी आहे काय...?
મોરવાહડફમાં વિશ્વ આદિવાસી દિવસની ઉજવણી રાજ્યકક્ષાના મંત્રી નિમિષાબેન સુથારના અધ્યક્ષસ્થાને કરાઈ
મોરવાહડફમાં વિશ્વ આદિવાસી દિવસની ઉજવણી રાજ્યકક્ષાના મંત્રી નિમિષાબેન સુથારના અધ્યક્ષસ્થાને કરાઈ
बाळासाहेबांची शिवसेना पक्षाच्या शहर संपर्क प्रमुख पदी ॲड. संकेत घाग यांची नियुक्ती
रत्नागिरी : बाळासाहेबांची शिवसेना पक्षाच्या रत्नागिरी शहर संपर्क प्रमुख पदी ॲड. संकेत घाग यांची...
આભડછેટ-મુક્ત-ભારત ક્યારે?વઢવાણમાં શ્રદ્ધાંજલિ આપાઈ
વઢવાણ :મકવાણા શૈલેસભાઈ ડી.રાઠોડ મહેશ ભાઈ એમ.પરમાર નટુભાઈએ જણાવ્યું હતું કે વઢવાણમાં આવેલ સંવિધાન...
महिला मजदूरों के बीच बैठकर शिक्षा मंत्री मदन दिलावर ने खाई दाल रोटी, कभी सोचा न था कि मंत्री हमारे हाथ का बना भोजन करेंगे....
रामगंजमंडी। शिक्षा एवं पंचायती राज मंत्री मदन दिलावर आज अपने विधानसभा क्षेत्र के देवली खुर्द गांव...