২ জুনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ 'শ্ৰীৰঘুপতিয়ে' ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মঙ্গলদৈতো দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে।দিনটোৰ চাৰিটা দৰ্শনীতে দৰ্শকৰ ভিৰে নিশ্চিত ভাৱে অসমীয়া চলচ্চিত্ৰত সুদিন উভটি আহিছে বুলি চলচ্চিত্ৰৰ অনুৰাগী সকলে অনুভৱ কৰিছে। শ্ৰীৰঘুপতিৰ কাহিনী, সংলাপ,ৰবি শৰ্মা প্ৰমুখ্যে অন্যান্য অভিনেতা সকলৰ সাৱলীল অভিনয়, আকৰ্ষণীয় স্হানত মন চুই যোৱা দৃশ্যায়নে শ্ৰীৰঘুপতিক যে অনন্য মাত্ৰা প্ৰদান কৰিছে সেয়া দৰ্শক সকলে অকপটে স্বীকাৰ কৰিছে।আজি মঙ্গলদৈৰ গ'ল্ড ডিজিটেল চিনেমা হলত প্ৰদৰ্শনীৰ অন্তত কিছুসংখ্যক দৰ্শকৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীৰঘুপতিয়ে সমাজলৈ এক শক্তিশালী বাৰ্তা প্ৰদানৰ জৰিয়তে দৰ্শকৰ অন্তৰ জয় কৰি ব্যৱসায়িক দিশতো ভাল ফলাফল লাভ কৰিব বুলি মতপোষণ কৰে ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सफाई व्यवस्था की मॉनिटरिंग और पर्यवेक्षेण के लिए वार्डों में पहुंचे प्रशासनिक अधिकारी, जिला कलक्टर स्वयं कर रही हैं सफाई कार्य की मॉनिटरिंग , कचरा फैलाने वाले 18 लोगों के चालान काटे, वसूले 2200 रूपए
बाड़मेर, 6 नवम्बर। स्वच्छ भारत मिशन के अंतर्गत बाड़मेर शहर में नवो बाड़मेर अभियान के तहत बुधवार को...
হিজাব নিয়ম উলংঘা কৰাৰ বাবে ইৰাণে 'লিংগ বৰ্ণবৈষম্য' বিধেয়কৰ প্ৰস্তাৱ
নৈতিকতা আৰক্ষীৰ হাতত ২২ বছৰীয়া মাহছা আমিনীৰ মৃত্যুৰ এবছৰৰ পাছত শাসন ব্যৱস্থাই মহিলাৰ অধিকাৰ আৰু...
Daily Face Massage For Bright, Glowing & Younger Looking Healthy Skin✨| Anukriti Lamaniya
Daily Face Massage For Bright, Glowing & Younger Looking Healthy Skin✨| Anukriti Lamaniya
Tata Curvv EV के बेस वेरिएंट को है घर लाना, तीन लाख रुपये की Down Payment के बाद हर महीने कितनी बनेगी EMI, पढ़ें खबर
Tata Curvv EV Finance Plan इलेक्ट्रिक कूप एसयूवी के तौर पर ऑफर की जाने वाली Tata Curvv EV के बेस...
આટકોટની કે.ડી. પરવાડિયા હોસ્પિટલમાં દર્દીના શરીરમાંથી 35 થી પણ વધુ ગાંઠ કાઢવામાં આવી...
એક વર્ષથી પીડાતા દર્દીને મળી રાહત...
જસદણ તાલુકાના આટકોટ માં આવેલ કે.ડી.પરવાડિયા મલ્ટી સ્પેશિયાલિટી હોસ્પિટલમાં 50 વર્ષો મહિલા છેલ્લા...