জন্মু-কাশ্মীৰত তীৰ্থ যাত্ৰীৰ ওপৰত মৌলবাদী সন্ত্ৰাসবাদী আক্ৰমনক লৈ মৰাণত তীব্ৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদ, বজৰং দল মৰাণ প্ৰখণ্ডৰ । বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা তীৰ্থ যাত্ৰীৰ ওপৰত মৌলবাদী সন্ত্ৰাসবাদীৰ আক্ৰমনত দহজনকৈ তীৰ্থযাত্ৰী নিহত হয় । যাৰ বাবে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী সমদলেৰে আহি মৰাণ ট্ৰেফিক পইন্টৰ সন্মূখত জেহাদীৰ পুত্তলিকা আৰু পাকিস্থানৰ পতাকা দাহ কৰাৰ লগতে প্ৰায় ১ ঘন্টা ধৰি ঘাইপথ অৱৰোধ কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ লগতে হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰ লগতে জেহাদী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ ভাৰত চৰকাৰক দাবী জনাই সংগঠনটোৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છોટાઉદેપુર જિલ્લામાં યોજાનારી ત્રણ વિધાનસભા બેઠકની
મતગણતરી કેન્દ્ર ખાતે બિનઅધિકૃત વ્યક્તિઓના પ્રવેશ પર પ્રતિબંધ
છોટાઉદેપુર જિલ્લામાં યોજાનારી ત્રણ વિધાનસભા બેઠકની
મતગણતરી કેન્દ્ર ખાતે બિનઅધિકૃત...
Rajasthan Cabinet Meeting: CM भजनलाल की कैबिनेट बैठक स्थगित, ये बड़ी वजह आई सामने
मुख्यमंत्री भजनलाल शर्मा की अध्यक्षता में रविवार को होने वाली कैबिनेट की बैठक स्थगित हो गई है।...
বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ : আছুৰ শ্ৰমদান
দীৰ্ঘদিনধৰি বিধ্বস্ত হৈ পৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধেমাজি সদৰৰ অংশ ৷ ধেমাজি নগৰৰ ...
#vadodara | કરજણ ખાતે પ્રાંત કક્ષાનો વિશ્વાસથી વિકાસ યાત્રાનો કાર્યક્રમ | Divyang News
#vadodara | કરજણ ખાતે પ્રાંત કક્ષાનો વિશ્વાસથી વિકાસ યાત્રાનો કાર્યક્રમ | Divyang News