অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে মৰাণৰ য়ুনুচ আনচাৰিয়ে। ডিব্ৰুগড়ৰ মৰাণ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ য়ুনুচ আনচাৰিয়ে বাণিজ্য শাখাত অষ্টম স্থান লাভ কৰি মৰাণৰ লগতে ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰ্বমুঠ 462 নম্বৰ পাবলৈ সক্ষম হোৱা য়ুনুচ আনচাৰিৰ ঘৰ মৰাণ পিয়লি নগৰত। য়ুনুচ আনচাৰিৰ এই সফলতাত মৰাণ চিনিয়ৰ চেকেণ্ডেৰী সমূহ পৰিয়ালবৰ্গক উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢেকীয়ালত অনুষ্ঠিত হৈছে শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখাৰ শিশু যুৱ আৰু আইমাতৃ সমাৰোহ
গোলাঘাটৰ ঢেকীয়ালত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখাৰ শিশু যুৱ আৰু আইমাতৃ...
Anu Jain's Multibagger Stock Picks: Israel Hamas War से गिरेगा बाजार, निवेशक ये चीज़ जरूर करें?
Anu Jain's Multibagger Stock Picks: Israel Hamas War से गिरेगा बाजार, निवेशक ये चीज़ जरूर करें?
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
क्या रोहतक सीट से नहीं लड़ेंगे दीपेंद्र, भूपेंद्र हुड्डा के नाम की चर्चा! लिस्ट में होंगे चौंकाने वाले नाम
हरियाणा में कांग्रेस उम्मीदवारों की लिस्ट काफी चौंकाने वाली हो सकती है। कांग्रेस हाईकमान ने राज्य...
ગરબાડા તાલુકાના જેસાવાડા ખાતે વિશ્વ હિન્દુ પરિષદ દ્વારા બજરંગ દળની મીટીંગ યોજાઇ
દાહોદ જિલ્લાના જેસાવાડા ગામે વિશ્વ હિન્દુ પરિષદ દ્વારા બજરંગ દળ ની મીટીંગ પદ્મનાભ મંદિરે પ.પુ સંત...