ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঋষভ উপাধ্যায় সফলতা। বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সমগ্ৰ টিংখাঙলৈ। টিংখাঙৰ অত্যন্ত ভিতৰুৱা ঔফুলীয়া ডিকচাম কিনাৰ গাঁৱৰ প্ৰসেন উপাধ্যায় আৰু কবিতা উপাধ্যায় পুত্ৰ ঋষভ উপাধ্যায় নগাঁও ৰামানুজন বিদ্যালয় পৰা বিজ্ঞান শাখাত দ্বিতীয় স্থান অধিকাৰ কৰি গৌৰৱ কঢ়িয়াই আনিছে। ঋষভে মুঠ 482 নম্বৰ লাভ কৰি অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় । ভৱিষ্যতে এজন সু-অভিযন্তা হোৱাৰ মন ঋষভ উপাধ্যায়ৰ
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાંતીવાડા ડેમમાં પાણીની આવક, છ દરવાજા ખોલાયા...!
દાંતીવાડા ડેમમાં પાણીની આવક, છ દરવાજા ખોલાયા...!
বামুণবাৰীত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন ।
নাজিৰা সমষ্টিৰ বামুণবাৰী তিনিআলিৰ অভয় মেডিকেল ষ্টোৰৰ প্ৰাঙ্গণত উদযাপন কৰা হয় বিশ্ব ফাৰ্মাচিষ্ট...
ધારી ગીરના ગામડાઓમાં મેઘરાજા ઓળઘોળ થયા… ખેડૂતોને થયો હાશકારો
ધારી ગીરના ગામડાઓમાં મેઘરાજા ઓળઘોળ થયા… ખેડૂતોને થયો હાશકારો
जेष्ठ पत्रकाराबध्दल अपशब्द काढणाऱ्या भाजपच्या पूनम पवार विरोधात धर्माबादेत पत्रकार एकवटले. (जाहिर निषेध करून दिले प्रशासनास निवेदन)
सिध्देश्वर मठपती-नांदेड प्रतिनिधी.
धर्माबाद नगर परिषद सभागृहात दिनांक २६ जून रोजी आयोजीत जनता...