মৰাণ চাংমাই গাঁও প্ৰাথমিক বিদ্যালয়ত ২০২৩ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ণ হোৱা আৰু বিগত বৰ্ষত সমগ্ৰ ৰাজ্যতে বিদ্যালয়ৰ গুণগত মানদণ্ড নিৰূপন কৰা ফলাফলত মৰাণ চাংমাই গাঁও প্ৰাথমিক বিদ্যালয় “এ প্লাচ” লাভ কৰিছে৷আনফালে মৰাণৰ অন্য এক প্ৰতিষ্ঠান হ’ল ডেইজী কমপ্লেক্স৷ দেখা গৈছে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী তথা পৰিয়ালবৰ্গৰ মহান প্ৰচেষ্টা৷যাক লৈ অঞ্চলটোৰ ৰাইজ উৎফুল্লিত৷তেনেক্ষেত্ৰত আজি ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনাৰে অঞ্চলটোত শৈক্ষিক দিশত আৰু এখোজ আগবাঢ়াই লৈ যোৱাত প্ৰেৰণা যোগায়৷ লগতে উল্লেখ কৰিছে ভিতৰুৱা অঞ্চলত বসবাস কৰা দৰিদ্ৰ লোক সকলৰ ছাত্ৰ ছাত্ৰী আগলৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાબરકાંઠા: ભારતીય કિસાન સંઘ ખેડબ્રહ્મા તાલુકાની વિશેષ બેઠક | Sabarkantha News | Bhartiy Kishan Sangh
સાબરકાંઠા: ભારતીય કિસાન સંઘ ખેડબ્રહ્મા તાલુકાની વિશેષ બેઠક | Sabarkantha News | Bhartiy Kishan Sangh
बिहार में जब से सीएम नीतीश कुमार ने NDA का साथ छोड़ महागंबधन के साथ आगे बढ़ने का मन बनया है
बिहार में जब से सीएम नीतीश कुमार ने NDA का साथ छोड़ महागंबधन के साथ आगे बढ़ने का मन बनया है तब से...
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News