মৰাণ চাংমাই গাঁও প্ৰাথমিক বিদ্যালয়ত ২০২৩ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ণ হোৱা আৰু বিগত বৰ্ষত সমগ্ৰ ৰাজ্যতে বিদ্যালয়ৰ গুণগত মানদণ্ড নিৰূপন কৰা ফলাফলত মৰাণ চাংমাই গাঁও প্ৰাথমিক বিদ্যালয় “এ প্লাচ” লাভ কৰিছে৷আনফালে মৰাণৰ অন্য এক প্ৰতিষ্ঠান হ’ল ডেইজী কমপ্লেক্স৷ দেখা গৈছে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী তথা পৰিয়ালবৰ্গৰ মহান প্ৰচেষ্টা৷যাক লৈ অঞ্চলটোৰ ৰাইজ উৎফুল্লিত৷তেনেক্ষেত্ৰত আজি ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনাৰে অঞ্চলটোত শৈক্ষিক দিশত আৰু এখোজ আগবাঢ়াই লৈ যোৱাত প্ৰেৰণা যোগায়৷ লগতে উল্লেখ কৰিছে ভিতৰুৱা অঞ্চলত বসবাস কৰা দৰিদ্ৰ লোক সকলৰ ছাত্ৰ ছাত্ৰী আগলৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
फायरिंग घटना में घायल करणी सेना अध्यक्ष महिपाल मकराना ने जारी किया पहला वीडियो
जयपुर में राष्ट्रीय करणी सेना अध्यक्ष शिव सिंह शेखावत के साथ हुए विवाद में घायल हुए श्रीराजपूत...
जीएसटी के दायरे में आएगा पेट्रोल-डीजल,पेट्रोलियम मंत्री ने दे दिये संकेत !
प्रधानमंत्री नरेंद्र मोदी सरकार का तीसरा कार्यकाल शुरू होते ही सभी मंत्रालयों ने भी अपनी गति पकड़...
Delhi-NCR में प्रदूषण से हाल बेहाल, बहुत खराब श्रेणी में बना हुआ है AQI | Delhi Pollution | Aaj Tak
Delhi-NCR में प्रदूषण से हाल बेहाल, बहुत खराब श्रेणी में बना हुआ है AQI | Delhi Pollution | Aaj Tak
Foreign Minister S Jaishankar Interview: China और Pakistan को लेकर क्या बोले विदेश मंत्री? | Part-2
Foreign Minister S Jaishankar Interview: China और Pakistan को लेकर क्या बोले विदेश मंत्री? | Part-2