গোলাঘাটত বন্যপ্ৰাণীৰ অংগৰ চোৰাং বেহাঃহাতীৰ দাত সহ এজনক আটক। গোলাঘাট আৰক্ষীয়ে গোপন সুত্ৰৰ পমখেদি খেদি বেঙেনাখোৱাৰ পৰা ৰণ্টু বৰা নামৰ লোকজনক আটক কৰাৰ লগতে ৪৬১ গ্ৰাম হাতীৰ দাত জব্দ কৰে। আটকাধীন যুৱকজনে হাতী দাতটো বিক্ৰী কৰিবলৈ অনা অৱস্থাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ইতিমধ্যে যুৱক জনক আৰক্ষীয়ে বন বিভাগক চমজাই দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  Mehsana | 12 તારીખે મહેસાણા GIDC હોલમાં એપ્રેન્ટીસશીપ મેળાનું આયોજન કરવામાં આવશે 
 
                      Mehsana | 12 તારીખે મહેસાણા GIDC હોલમાં એપ્રેન્ટીસશીપ મેળાનું આયોજન કરવામાં આવશે
                  
   વાંકાનેર શહેરમાં આવેલ  હોસ્પિટલ પાસેથી ઇકો કારની ચોરી 
 
                      વાંકાનેર શહેરમાં આવેલ હોસ્પિટલ પાસેથી ઇકો કારની ચોરી
 
વાંકાનેર તાલુકામાં અગાઉ ઇકો કારની...
                  
   Sushant Singh Rajput की डेथ एनिवर्सरी पर इमोशनल हुईं बहन श्वेता सिंह कीर्ति, शेयर की भाई की खास तस्वीर 
 
                      Sushant Singh Rajput Death Anniversary: सुशांत सिंह राजपूत बॉलीवुड के राइजिंग स्टार थे।...
                  
   আঙুৰলতা ডেকাৰ বাসগৃহ ঘেৰাও কৰিব আটাছুৱে 
 
                      আঙুৰলতা ডেকাৰ বাসগৃহ ঘেৰাও কৰিব আটাছুৱে। এই কথা জানিবলৈ দিছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ...
                  
   
  
  
  
   
  