মৰাণ টেঙাদলঙত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অট'AS04AC4702 আৰু মেজিক AS04g0859ৰ মুখামুখী সংঘৰ্ষৰ ফলত মেজিকৰ চালক আৰু তেওঁৰ পুত্ৰ আহত হয়। জানিব পৰামতে চেপনৰ দিশৰ পৰা এটাগৰু ওলাই।অহাত আহি থকা মেজিক ৰ সন্মুখত গৰুক বচাবলৈ গৈ অনিয়ন্ত্ৰিত হৈ অট'ৰ লগত মুখামুখি সংঘৰ্ষ।হয় আৰু দুয়োখন বাহন পথৰ কাষত বাগৰি পৰে এই দুৰ্ঘটনাত মেজিক চালক মৰাণ চাংমাই গাৱৰ ৩৬ বছৰীয়া অৰবিন্দ ছাহ আৰু তেওঁৰ ৫বছৰীয়া পুত্ৰ আহত হয় ।আহত দুয়োজনকে ।চিকিৎসালয়লৈ নিয়া হয় আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। দুৰ্ঘটনাটোত দুয়োখন বাহন ক্ষতিগস্ত হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নুমলীগড়ৰ মৰঙিত বন্ধ বগীঢলা চাহ বাগিচা : হাহাকাৰ শ্ৰমিকৰ । নায্য প্ৰাপ্তিৰ দাবীত আটছাৰ প্ৰতিবাদ ।
নুমলীগড়ৰ মৰঙিত বন্ধ বগীঢলা চাহ বাগিচা : হাহাকাৰ শ্ৰমিকৰ । নায্য প্ৰাপ্তিৰ দাবীত আটছাৰ প্ৰতিবাদ ।...
સુરેન્દ્રનગર-દુધરેજ-વઢવાણ સંયુક્ત પાલિકાના ભાજપના સદસ્ય વિરુધ્ધ ઇંગ્લિશ દારૂ વેચતો હોવાનો ગુન્હો નોંધાતા રાજકીય ખળભળાટ મચી જવા પામ્યો
સુરેન્દ્રનગર-દુધરેજ-વઢવાણ સંયુક્ત પાલિકાના ભાજપનો સદસ્ય વિરુધ્ધ ઇંગ્લિશ દારૂ વેચતો હોવાનો ગુન્હો...
ભાભર ના કુવાળા મુકામેથી હાથ બનાવટની બંદુક સાથે એક ઈસમને પકડી પાડતી એસ. ઓ. જી બનાસકાંઠા પોલીસ....
ભાભર ના કુવાળા મુકામેથી હાથ બનાવટની બંદુક સાથે એક ઈસમને પકડી પાડતી એસ. ઓ. જી બનાસકાંઠા પોલીસ....
પોરબંદર શહેર યુનિટના હોમગાર્ડઝ સભ્ય રમેશ એ. મોતીવરસ રાત્રી ફરજ દરમ્યાન તેને પાકીટ મળેલ
પોરબંદર શહેર યુનિટના હોમગાર્ડઝ સભ્ય રમેશ એ. મોતીવરસ રાત્રી ફરજ દરમ્યાન તેને પાકીટ મળેલ...