সোণাৰি :- অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাত যোৱা ইং ২৯/০৭/২০১২ তাৰিখে সংঘৰ সভাকক্ষত অনুষ্ঠিত হোৱা সংঘৰ কাৰ্য্যকৰী কমিটিৰ সিদ্ধান্ত অনুযায়ী সংঘৰ অন্তৰ্গত বাগিছা সমূহত কাম কৰা শ্ৰমিক সকলৰ মৌলিক দাবীৰ সমাধান বিচাৰি সকলো শ্রমিকে কামলৈ যোৱাৰ পূৰ্বে বাগিছা কাৰ্য্যালয়ৰ প্ৰাঙ্গনত শান্তিপূর্ণভাৱে সমৱেত হৈ অহা ইং ০৩/০৮/২০২২ তাৰিখে ধর্ণা কাৰ্য্যসূচী আৰু ইং ০৪/০৮/২০২২ তাৰিখে ধর্ণা কার্য্যসুচী ও বাগিছা পৰিচালক সকলক স্মাৰক পত্র প্রদান কাৰ্যসূচী হাতত লোৱা হৈছে ।

শ্রী প্রকাশ নাগ

সম্পাদক

অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখা।