আজিৰ পৰা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অপিডি পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে।চিকিৎসা কৰাৰ আগতে চিকিৎসালয়ত পঞ্জীয়ন কৰাটো বাধ্যতা মুলক হোৱাৰ বাবে চিকিৎসালয়ৰ পঞ্জীয়ন কক্ষত মানুহৰ যথেষ্ট সমাগম হোৱা পৰিলক্ষিত হৈছে। সেইবাবে এই ডিজিটেল ব্যৱস্থাৰ সম্পূৰ্ণ ৰূপে কাৰ্য্যকৰী কৰি আজিৰ পৰা আৰম্ভ কৰা হয়। মোবাইলৰ প্লেষ্টৰৰ পৰা আভা অথবা আৰোগ্য সেতু নামৰ এপটো ডাউনল'ড কৰি ইনষ্টল কৰাৰ পাছতেই নিজৰ প্ৰফাইল বনাই লৈ পঞ্জীয়ন কৰিব পাৰিব। এই সমগ্ৰ।বিষয় অৱগত কৰি শিৱসাগৰ যুটীয়া স্বাস্থ্যসঞ্চালক ডাঃ ভুপেন্দ্ৰ কুমাৰ দাসে সুবিধা খিনি গ্ৰহন।কৰিবলৈ ৰাইজক আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा: सारणेश्वर महादेव से गंगेश्वर महादेव तक कावड़ यात्रा का अयोजन, शिव पार्वती के स्वरूप बने
कोटा. कनवास क्षेत्र के सारणेश्वर महादेव मन्दिर परिसर से आजादपुरा कालीसिंध नदी के तट पर स्थित...
Chhattisgarh में बोले Congress अध्यक्ष Mallikarjun Kharge, कहा- PM Modi ने बनाए काले कानून | Aaj Tak
Chhattisgarh में बोले Congress अध्यक्ष Mallikarjun Kharge, कहा- PM Modi ने बनाए काले कानून | Aaj Tak
Ahmedabad: ચાંદલોડિયામાં ક્રૂરતાની હદ | ahemedabad newsupdate
Ahmedabad: ચાંદલોડિયામાં ક્રૂરતાની હદ, એક નિર્દયી વ્યક્તિએ બાઈક પાછળ શ્વાનને બાંધીને 3 કિમી સુધી...
રાજુલા શહેરમાં બંધ મકાનમાં લાગી આગ | Divyang News
રાજુલા શહેરમાં બંધ મકાનમાં લાગી આગ | Divyang News