#BuildOwnOperate চমুকৈ BOOৰ আৰ্হিৰ অধীনত আৰু ‘অসম সৌৰ শক্তি নীতি-২০১৭’ৰ অংশ হিচাপে ২৫ মেগাৱাট শক্তি সম্পন্ন ৰাজ্যৰ প্ৰথমটো সৌৰশক্তি প্ৰকল্প আজি ওদালগুৰি জিলাৰ লালপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে।‌ 

 উদ্বোধনী অনুষ্ঠানত শক্তি মন্ত্ৰী মন্ত্ৰী নন্দিতা গাৰ্লোছা, জলসিঞ্চন মন্ত্ৰী অশোক সিংহল, বি টি আৰৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্যপ্ৰমোদ বড়ো, উপ-মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰীগোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক শ্ৰীচৰন বড়ো, মজিবুৰ ৰহমান উপস্থিত থাকে।