আপুনি ৰুপ সজ্জাৰ বাবে ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰী সমূহ ক্ৰয় কৰোতে ভালদৰে চাব নহলে আপোনাৰ স্কীনখনত বেয়া প্ৰভাৱ পৰিব সেইয়া খাটাং। বিশেষকৈ মহিলা সকল আৰু সচেতন আৰু সজাগ হওঁক । গতিকে সাৱধান হওঁক। কাৰন নকল সোনৰ পাছত এইবাৰ নকল প্ৰসাধন সামগ্ৰী। গোলাঘাট নগৰৰ প্ৰসাধন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ এটা দল আৰু আৰক্ষীয়ে যৌথ ভাবে অভিযান চলাই উদ্ধাৰ কৰে ৰুপ সজ্জাৰ বাবে ব্যৱসাৰ কৰা নকল প্ৰসাধন সামগ্ৰী। অভিযান কাৰী দলটোৱে গোলাঘাট নগৰৰ তিনিখন ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই নকল Lakemi,Fair and Lovly কে ধৰি বহু পৰিমাণৰ প্ৰসাধন সামগ্ৰী জব্দ কৰে। দিল্লী,ডিমাপুৰ আৰু মৰিয়ণি পৰা এই নকল প্ৰসাধন সামগ্ৰী সমূহ গোলাঘাটলৈ আহে বুলি জানিবলৈ দিয়ে ব্যৱসায়ীয়ে। কেমেৰাৰ সন্মুখত এজন ব্যৱসায়ীৰে নিজ মুখেৰে স্বীকাৰ কৰিলে কেনেকৈ কিমান দামত নকল প্ৰসাধন সামগ্ৰী সমূহ কত কত বিক্ৰী কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন আটক কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও। গোলাঘাটৰ একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠানত এতিয়াও নকল প্ৰসাধন সামগ্ৰী বিক্ৰী কৰি থকাৰ সন্দেহ অভিযান কাৰী দলটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઉના ગીરગઢડા તાલુકા પ્રાઈઝ શોપ એસોસિયેશન દ્વારા પડતર માંગણીઓ ઉકેલવા આવેદનપત્ર આપ્યું.
ઉના ગીરગઢડા તાલુકા પ્રાઈઝ શોપ એસોસિયેશન દ્વારા પડતર માંગણીઓ ઉકેલવા આવેદનપત્ર આપ્યું.
વાગરા ના બદલપુરા ગામે સગા મામાએ ભાણીયાનું કાસળ કાઢી નાંખ્યુ...
વાગરા ના બદલપુરા ગામે સગા મામાએ ભાણીયાનું કાસળ કાઢી નાંખ્યુ...
Agritech Expo 2023 kicks off from today at BIEC Bangalore
Agritech Expo 2023 kicks off from today at BIEC Bangalore
૨૮,૯૦,૦૦૦ ની કિંમતના ૨૮૯ ગ્રામ મેફેડ્રોનના જથ્થા સાથે 4 ઇસમોનેઝડપી પાડતી અમદાવાદ શહેર,ક્રાઈમ બ્રાન્ચ
૨૮,૯૦,૦૦૦ ની કિંમતના ૨૮૯ ગ્રામ મેફેડ્રોનના જથ્થા સાથે 4 ઇસમોનેઝડપી પાડતી અમદાવાદ શહેર,ક્રાઈમ...