হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্ট্ৰীংচন সহ উত্তীৰ্ণ গৰমচুঙৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছোৱালী প্ৰিয়ংকা কলিতা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ জিলাৰ গৰমচুংৰ গড়পোট বাপুজী হাইস্কুলৰ ছাত্ৰী প্ৰিয়ংকা কলিতাই ডিষ্ট্ৰীংচন সহ উত্তীৰ্ণ হোৱাত শিক্ষানুষ্ঠানখনত উৎসৱ মুখৰ পৰিবেশ। দেখিবলৈ পোৱা গৈছে। শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দ উল্লাহ। ৮৮ শতাংশৰে ছাত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীয়ে গাঁওখনলৈ সুনাম কঢ়িয়াই আনে। দেউতাকে এখন সৰু দোকানেৰে পৰিয়ালটো পোহপাল দি আছিল। আজি ছোৱালী জনীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্ট্ৰীংচন লাভ কৰাত মাক দেউতাকে বহুত সুখ লাভ কৰা বুলি সংবাদ মাধ্যমক জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বৰগাংৰ কেটলাস্থিত ডনবক্সৰ নৱনিৰ্মিত ভৱন উদ্ধোধন|Inaugurationnew constructed building of DonboxKetla
বৰগাংৰ কেটলাস্থিত ডনবক্সৰ নৱনিৰ্মিত ভৱন উদ্ধোধন|Inaugurationnew constructed building of DonboxKetla
ग्रोमोर नैनो डी ए पी को बढ़ावा देने के लिए कोरोमंडल कंपनी द्वारा किसान गोष्ठी का आयोजन
सुल्तानपुर. नगर मे कोरोमंडेल इंटरनेशनल लिमिटेड द्वारा तीन किसान गोष्ठी का आयोजन संगोद,सुल्तानपुर...
ঘনকান্ত বৰা মহাবিদ্যালয়ত নৱাগত আদৰণি সভা অনুষ্ঠিত
ঘনকান্ত বৰা মহাবিদ্যালয়ত নৱাগত আদৰণি সভা অনুষ্ঠিত
મૈયાપુર ગ્રામ પંચાયત દ્વારા સરપંચના માર્ગદર્શન હેઠળ મચ્છરજન્ય રોગો અટકાવવા દવાનો છંટકાવ
મૈયાપુર ગ્રામ પંચાયત દ્વારા સરપંચના માર્ગદર્શન હેઠળ મચ્છરજન્ય રોગો અટકાવવા દવાનો છંટકાવ