গোলাঘাটৰ ৰঙাজানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতু ডেকা নেতৃত্ব যোৱা এটা আৰক্ষী দলে অভিযান চলাই ড্ৰাগছ সহ আটক কৰে দুটা ড্ৰাগছ বেপাৰীক। আটকাধীন ৰুবুল হুছেইন আৰু চৈয়দ আফ্ৰিডৰ পৰা ড্ৰাগছৰ পাচটা টেমা জব্দ কৰে।গোলাঘাটৰ লুৰুকীহাটৰ পৰা সৰবৰাহ কৰোতে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধৰা পেলাবলৈ সক্ষম হয়। বৰ্তমান দুয়োটাক আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষী। আৰু কোন কোন এই মাৰাত্মক ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ আছে তাৰো অনুসন্ধান অব্যাহত আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાંડેસરા વિસ્તારમાં આજે સવારે મહિલાના ઘરમાં પૂર્વ પ્રેમી ધસી આવ્યો હતો અને તેના ગળાના ભાગે ચપ્પુ વડે હુમલો કરી નાશી છૂટયો હતો.
પાંડેસરા વિસ્તારમાં આજે મંગળવારે સવારે મહિલાના ઘરમાં પૂર્વ પ્રેમી ધસી આવ્યો હતો અને તેના ગળાના...
'परिवारवाद भारत छोड़ो, भ्रष्टाचार भारत छोड़ो, तुष्टिकरण भारत छोड़ो', मिशन 2024 के पहले BJP ने दिया नारा
नई दिल्ली। अगस्त क्रांति के शुभारंभ की वर्षगांठ नौ अगस्त को भाजपा ने अपने उसी अस्त्र को नई...
Holi Special Train: 8 मार्च को 196 स्पेशल ट्रेन लगाएंगी 491 चक्कर, सभी को मिलेगी कंफर्म सीट
रंगों का महापर्व आ चुका है, मंगलवार को होलिका दहन (Holika Dahan)के बाद बुधवार को पूरा देश रंगों...
সাতামপুৰুষীয়া সামাজিক সদ্ভাৱ আৰু ভাতৃত্ববোধ ৰক্ষা সম্পৰ্কত দৰং জিলা প্ৰশাসনৰ মত বিনিময় সভা
দৰং জিলাত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল যাতে সুদৃঢ় হৈ থাকে তাৰ ওপৰত গুৰুত্ব দি...