গোলাঘাটৰ ৰঙাজানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতু ডেকা নেতৃত্ব যোৱা এটা আৰক্ষী দলে অভিযান চলাই ড্ৰাগছ সহ আটক কৰে দুটা ড্ৰাগছ বেপাৰীক। আটকাধীন ৰুবুল হুছেইন আৰু চৈয়দ আফ্ৰিডৰ পৰা ড্ৰাগছৰ পাচটা টেমা জব্দ কৰে।গোলাঘাটৰ লুৰুকীহাটৰ পৰা সৰবৰাহ কৰোতে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধৰা পেলাবলৈ সক্ষম হয়। বৰ্তমান দুয়োটাক আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষী। আৰু কোন কোন এই মাৰাত্মক ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ আছে তাৰো অনুসন্ধান অব্যাহত আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jammu and Kashmir: Jhelum River में नाव पलटी, स्कूली बच्चों समेत कई लोग डूबे | Aaj Tak
Jammu and Kashmir: Jhelum River में नाव पलटी, स्कूली बच्चों समेत कई लोग डूबे | Aaj Tak
इस कंपनी ने साल भर में 80 लाख हेलमेट बेच कमाए 687 करोड़ रुपये, नए प्लान के साथ इंडस्ट्री पर राज करने की तैयारी
Steelbird 2025 के अंत तक 800 और स्टोर जोड़ने के लक्ष्य के साथ अपने राइडर्ज शॉप नेटवर्क को आक्रामक...
Delhi NCR Rain LIVE Updates: सुबह-सुबह की बड़ी खबरें | Noida Rain Today | Yamuna Flood | Aaj Tak LIVE
Delhi NCR Rain LIVE Updates: सुबह-सुबह की बड़ी खबरें | Noida Rain Today | Yamuna Flood | Aaj Tak LIVE
Arms Trainning at Mangaldai Assam by Rastriy Bajrang Dal
Arms Trainning at Mangaldai Assam by Rastriy Bajrang Dal